I am now accessing as a :

Government Of Assam Finance

উত্সাহজনক ডিজিটেল ভুগতান

কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ ধাৰাবাহিক প্ৰচাৰৰ পৰিপ্ৰেক্ষিতত ডিজিটেল মাধ্যমৰ দ্বাৰা আৰ্থিক লেনদেনৰ প্ৰচলন, উচ্চ মূল্যৰ মুদ্ৰাসমূহ বিমুদ্ৰাকৰণৰ পিছত অসম চৰকাৰে বিভিন্ন অতিৰিক্ত ডিজিটেল ভুগতান মাধ্যমক উত্সাহিত কৰিবলৈ ঘোষণা জাৰী কৰে