I am now accessing as a :

Government Of Assam Finance

পণ্য ও সেৱা কৰ

ভাৰতত পৰোক্ষ কৰ সংস্কাৰৰ ক্ষেত্ৰত পণ্য ও সেৱা কৰ পৰিচয়, এক গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ব। বৃহত্ সংখ্যাৰে কেন্দ্ৰীয় আৰু ৰাজ্যিক কৰক একেটাই কৰৰ অন্তৰ্ভূক্ত কৰি, পূৰ্ব স্তৰৰ অনুমতি স্তব্ধ কৰি তাৰ পৰা হ’বলগীয় ব্যপক দূঃপ্ৰভাবক প্ৰশমিত কৰা আৰু অন্যান্য ৰাষ্ট্ৰীয় বজাৰৰ মাৰ্গ প্ৰদৰ্শন কৰা। উপভোক্তাৰ বাবে বৃহত্ লাভ হ’ল যে- সকলো সামগ্ৰীৰ ওপৰত নিৰ্ধাৰিত কৰৰ বোজা সানান্য পৰিমানে হ্ৰাস পাব, যিটো বৰ্ত্তমান ২৫%-৩০ % কমাৰ অনুমান কৰা হৈছে।

পণ্য ও সেৱা কৰৰ আৰম্ভ হ’লে আমাৰ স্ব-উত্পাদিত সামগ্ৰীৰ মুল্য ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতিযোগিতামূলক হ’ব। পৰ্যালোচনাৰ দ্বাৰা অনুমান হয় যে এই জি.এছ.টি. ব্যৱস্থাৰ দ্বাৰা দেশৰ আৰ্থিক বিকাশ যথেষ্ট লাভাবাম্বিত হ’ব। বাণিজ্যৰ পৰিমান বৃদ্ধিৰ লগতে কৰৰ মূলাংক বৃদ্ধি তথা কৰৰ অনুপালন উন্নত কৰিবলৈ, কেন্দ্ৰ ও ৰাজ্যৰ ৰাজহ আহৰণ কৰিব পাৰে। সৰ্বশেষত, পণ্য ও সেৱা কৰৰ স্ব-পাৰদৰ্শিতাৰ কাৰনে ই প্ৰশাসনৰ পৰিচালনৰ বাবে অধিক সহজতৰ হৈ উঠিব।

 

ডাউনলোড

 
পদবী আকাৰ সবিশেষ
Goods and Services Tax (GST): An Overview 236.17 KB swf-image
Draft Model GST Law 2.36 MB swf-image
Draft GST Compensation Law 692.4 KB swf-image