অসম চৰকাৰে শ্ৰী পি.পি. বাৰ্মা, আই.এ.এছ. (অৱসৰপ্ৰাপ্ত)ৰ অধ্যক্ষতাত ২০১৫ চনৰ ২ জুনত, সংকল্পৰ মাধ্যমত সপ্তম সংখ্যক অসম বেতন ও উত্পাদনশীল বেতন আযোগৰ গঠন কৰে। আয়োগৰ চৰ্তবোৰ আছিল- ৰাজ্যিক চৰকাৰী কৰ্মচাৰীৰ সেৱাৰ পৰিভৃতি আৰু চুক্তিৰ পৰিচালন অবয়বৰ নীতি সমূহ পৰীক্ষা কৰা।
ডাউনলোড
| পদবী | আকাৰ | সবিশেষ |
|---|---|---|
| সপ্তম সংখ্যক অসম বেতন আৰু উত্পাদনশীল বেতন আযোগৰ সংকল্প | 1.1 MB |