মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ বিত্ত বিভাগ

সৰ্বাংগীন বিত্ত পৰিচালন ব্যৱস্থাৰ বাবে অসম সমিতিঃ

সৰ্বাংগীন বিত্ত পৰিচালন ব্যৱস্থাৰ বাবে অসম সমিতিঃ

ৰূপায়ণ তথা জন বিত্ত ব্যৱস্থাপনা সংস্কাৰ লগতে বিত্ত বিভাগৰ তথ্য প্ৰযুক্তি সম্পৰ্কীয় প্ৰকল্প আৰু বাহ্যিকভাবে সাহায্যপ্ৰাপ্ত প্ৰকল্প সহ অন্যান্য ৰাজহ বিভাগৰ বাবে সন্মানীয় মন্ত্ৰীসভাৰ পৰা সন্মতি লাভৰ পিছত “সৰ্বাংগীন বিত্ত পৰিচালন ব্যৱস্থাৰ বাবে অসম সমিতি” নামেৰে বিশেষ কাৰণ বাহন প্ৰচলন হয়।

দ্বি-স্তৰীয় প্ৰশাসনিক গঠনঃ

মাননীয় মুখ্যমন্ত্ৰীৰ দ্বাৰা পৰিচালনা সমিতিৰ অধ্যক্ষতা

মুখ্য সচিবৰ দ্বাৰা কাৰ্যকৰী সমিতিৰ অধ্যক্ষতা

প্ৰকল্প নিৰ্দেশক আৰু অতিৰিক্ত প্ৰকল্প নিৰ্দেশকে অভিজ্ঞ প্ৰান্ত বিশেষজ্ঞৰ সন্তুলিত মিশ্ৰিণেৰে গঠিত প্ৰকল্প প্ৰৱন্ধক সংস্থাৰ স্থাপনৰ প্ৰতিনিধিত্ব কৰে।

অসম ৰাজ্যিক লোক বিত্তীয় সংস্কাৰ প্ৰতিষ্ঠান (এ এছ পি আই আৰ ই )-ঃ

বেংকৰ জন বিত্ত ব্যৱস্থাপনা সংস্কাৰ অভিজ্ঞতাৰ গুৰুত্বপূৰ্ণ বিশ্বব্যাপক তথা স্থানীয় বিশ্লেষণাত্মক জ্ঞানৰ সুবিধা গ্ৰহণ কৰিবলৈ অসম চৰকাৰে বিশ্ব বেংকলৈও গৈছে, যিটো অসম চৰকাৰৰ সংস্কাৰ অগ্ৰাধিকাৰৰ ক্ষোত্ৰত মহত্বপূৰ্ণ মূল্যবৰ্ধন হ’ব পাৰে।     তথ্য প্ৰযুক্তি হস্তক্ষেপৰ মাধ্যমত জন বিত্ত ব্যৱস্থাপনা সংস্কাৰ প্ৰকল্পৰ সমৰ্থনত, বিশ্ব বেংকৰ অভিজ্ঞতা ৰূপাঙ্কণ, উন্নয়ন, বিত্ত ব্যৱস্থাপনা সংস্কাৰ প্ৰতিষ্ঠান আৰু সমস্ত ভাৰতবৰ্ষতেই ৰাজহ ব্যৱস্থা সম্পাদন, ফলপ্ৰসূ উপদেশত যোগদান, সমাধান তথা ৰূপায়ণৰ পচন্দ এই সকলোবোৰ সামৰি লয়। প্ৰযুক্তিৰ ক্ষেত্ৰত উপযুক্ত সমাধান, বিত্ত ব্যৱস্থাপনা সংস্কাৰ প্ৰতিষ্ঠান, ৰাজহ তথ্য প্ৰযুক্তি সমাধান আৰু অনুক্ৰম/গতিৰ সুবিধাৰ বাবে সম্পাদন কম কৰাৰ সময়ত সফল ৰূপায়ণ সুগম কৰাৰ অৰ্থে সাধন আৰু ব্যৱস্থাপনাৰ সংশয় সলনি এই সকলোবোৰ আন্তঃৰাষ্ট্ৰীয় অভিজ্ঞতা তথা ভাৰতৰ ভিতৰত অন্য ৰাজ্যৰ পৰা জ্ঞানাৰ্জন অতিক্ৰমি ৰাজ্যক যোগান ধৰে।

এই পটভূমিত অসম ৰাজ্যিক লোক বিত্তীয় সংস্কাৰ প্ৰতিষ্ঠান প্ৰকল্পৰ ধাৰণা অনুমান কৰা হৈছিল আৰু ইয়াৰ পিছত প্ৰকল্পৰ প্ৰস্তুতি ও মুল্যাংকণ পৰ্যায় সম্পূৰ্ণ হয় আৰু বিশ্ব বেংকৰ নিৰ্দেশক মণ্ডলীৰ আগত প্ৰকল্প এটাৰ মুল্যাংকণৰ নথি ৰখা হৈছিল। বোৰ্ডে এই প্ৰকল্পটোৰ বাবে জুন মাহত সন্মতি প্ৰদান কৰা পিছত ৪৪ মিলিয়নৰ প্ৰকল্পটোৰ বাবে বিশ্ব বেংকৰ সৈতে চুক্তিবদ্ধ ঋণত ভাৰত চৰকাৰে স্বাক্ষৰ প্ৰদান কৰে।

লক্ষ্যঃ

১. পূৰ্বানুমানত অগ্ৰগতি আৰু বাজেট ৰূপায়ণত পাৰদৰ্শিতা।

২. অসম কৰ প্ৰশাসনত দক্ষতা।

অসম চৰকাৰৰ জেষ্ঠ বিষয়া, ভাৰতীয় ৰিজাৰ্ঙ বেংক ও এ জি, তাৰোপৰি সংবাদকৰ্মীসকলৰ উপস্থিতিত মাননীয় মখ্যমন্ত্ৰীয়ে ২০১৭ চনৰ ৯ অক্টোবৰ তাৰিখে প্ৰকল্পটোৰ আৰম্ভনি কৰে।

প্ৰকল্পৰ অন্তৰ্ভূক্ত তিনি উপাদানঃ

১. সাৰ্বজনীন বিত্ত সংস্থাৰ ক্ষমতা শক্তিশালী কৰিবলৈ ৰাজ্যৰ নিৰ্বাচিত জন বিত্ত ব্যৱস্থাপনা সংস্থা আৰু বিত্তীয় কাৰ্যকলাপসমূহ সবল কৰিবৰ বাবে অনুস্থানৰ অৰ্থায়ন কৰিব। সংস্থাগত মূল্যাংকণ আৰু মজবুত, ক্ষমতা নিৰ্মাণ ও বিশ্লেষণাত্মক অধ্যয়ন ইয়াৰ অন্তৰ্ভূক্ত।

২. ব্যয় আৰু ৰাজহ সূচনা প্ৰণালী সবলীকৰণ।

৩. প্ৰকল্প পৰিচালনা, সমাকৰণ, মূল্যাংকণ আৰু সমন্বয়।

মুখ্য লাভালাভঃ

১. বিত্ত বিভাগ, কৰ আয়ুক্তৰ কাৰ্যালয়, আবকাৰী শুক্ল আৰু তথ্য প্ৰযুক্তি বিভাগ।

২. সকলো লাইন বিভাগত ক্ৰয় অনুষ্ঠান সঞ্চালকালয় আৰু ডি ডি ও।

৩. কৰ্মচাৰী আৰু ঠিকাদাৰৰ বিল ভূগতানৰ স্থিতি ইত্যাদি উপলব্ধ।

৪. অসমৰ নাগৰিকৰ মাধ্যমত দক্ষ প্ৰক্ৰিয়া আৰু উন্নত পৰিসেৱা সৰবৰাহ আৰু বৰ্দ্ধিত পাৰদৰ্শিতা (সেৱাৰ বাবে বৈদ্যুতিক ভূগতান আৰু সংগ্ৰহ, উন্নত সাৰ্বজনীন ক্ৰয় আৰু বৰ্দ্ধিত কৰ সেৱা পৰিশোধ)।

ডাউনলোড

Downloads
TitleSizeDetail
অসম ৰাজ্যিক লোক বিত্তীয় সংস্কাৰ প্ৰতিষ্ঠানৰ ঋণ সম্পৰ্কত চুক্তি1.23 MBswf-image
অসম ৰাজ্যিক লোক বিত্তীয় সংস্কাৰ প্ৰতিষ্ঠান প্ৰকল্পৰ চুক্তি646.51 KBswf-image
সৰ্বাংগীন বিত্ত পৰিচালন ব্যৱস্থাৰ বাবে অসম সমিতিৰ আমোলা আৰু তেওঁলোকৰ বিষয়ে সবিশেষ411.05 KBswf-image
সৰ্বাংগীন বিত্ত পৰিচালন ব্যৱস্থাৰ বাবে অসম সমিতি পৰিচালনা কাৰ্যকৰী সমিতি পৰিষদৰ অধিসূচনা58.01 KBswf-image
প্ৰথম কাৰ্যকৰী সমিতি বৈঠকৰ পদক্ষেপ গ্ৰহণ224.32 KBswf-image
সৰ্বাংগীন বিত্ত পৰিচালন ব্যৱস্থাৰ বাবে অসম সমিতি পৰিচালনা পৰিষদৰ অধিসূচনা57.76 KBswf-image
সৰ্বাংগীন বিত্ত পৰিচালন ব্যৱস্থাৰ বাবে অসম সমিতিৰ মানৱ সম্পদ সহায়িকা পুথি946.56 KBswf-image
অসম ৰাজ্যিক লোক বিত্তীয় সংস্কাৰ প্ৰতিষ্ঠানৰ প্ৰকল্প মূল্যাংকণ দস্তাবেজ520.3 KBswf-image
সৰ্বাংগীন বিত্ত পৰিচালন ব্যৱস্থাৰ বাবে অসম সমিতিৰ স্মাৰকপত্ৰ215.35 KBswf-image
দ্বিতীয় কাৰ্যকৰী সমিতিৰ বৈঠকৰ সংকল্প755.82 KBswf-image
প্ৰথম কাৰ্যকৰী সমিতিৰ বৈঠকৰ প্ৰস্তাব4.21 MBswf-image
চতুৰ্থ কাৰ্যকৰী সমিতিৰ বৈঠকৰ প্ৰস্তাব2.42 MBswf-image
অসম ৰাজ্যিক লোক বিত্তীয় সংস্কাৰ প্ৰতিষ্ঠানৰ প্ৰকল্প প্ৰয়োগ পৰিকল্পনা1.37 MBswf-image
দ্বিতীয় কাৰ্যকৰী সমিতি বৈঠকৰ পদক্ষেপ গ্ৰহণ238.33 KBswf-image
তৃতীয় কাৰ্যকৰী সমিতিৰ বৈঠকৰ প্ৰস্তাব4.16 MBswf-image
দ্বিতীয় কাৰ্যকৰী সমিতি বৈঠকৰ পদক্ষেপ গ্ৰহণ238.92 KBswf-image
সৰ্বাংগীন বিত্ত পৰিচালন ব্যৱস্থাৰ বাবে অসম সমিতি