মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ বিত্ত বিভাগ

অসমৰ পুনৰাম্ভনি

অসমৰ পুনৰাম্ভনিঃ

অসমৰ পুনৰাম্ভনি-ৰূপান্তৰিত অসমৰ সংস্থান আৰু প্ৰযুক্তি বৃদ্ধিৰ বাবে পুনৰ্গঠন

নিম্নোক্ত চাৰি কৰ্ম-পৰিকল্পনাৰ বাস্তৱিক ৰূপ দিয়া হ’ব-
১. মূল্য সংযোজন কৰ(ভেট),ৰাজ্যিক আবকাৰী শুক্ল কৰ, মটৰ বাহন কৰ, বন আৰু তৈল ৰাজপদৰ পৰা সংগ্ৰহ কৰা ৰাজহ, সংস্কাৰ ও আঁচনিৰ পুনৰ্গঠন আইন-প্ৰশাসনৰ হৈ যুক্তিসংগত কৰা। কৰ আদায়ৰ ক্ষেত্ৰত দক্ষতাৰ পৰিমাণ আৰু কৰৰ আকৃতি যুক্তিসংগত কৰা, অন্য প্ৰগতিশীল ৰাজ্যৰ শ্ৰেষ্ঠ আৰ্হিৰ নিদৰ্শনৰ আধাৰত নিৰ্মিত।

২. বাহ্যিকভাৱে সাহায্যপ্ৰাপ্ত প্ৰকল্পৰ দ্বাৰা(ই এ পি) বৃহত্ আকাৰত অতিৰিক্ত সম্পদ সংগঠিত কৰা। এই প্ৰকল্পৰ নেতৃত্বত লিপ নামৰে নিৰ্মিত এক নিবেদিত কোষৰ মাধ্যমত বিত্ত বিভাগে নিজস্বভাবে সন্মিলিত আৰু সমন্বিত পদ্ধতিত চলিত কৰিব।

৩. বিশ্ব বেংকৰ দ্বাৰা অৰ্থায়িত অসম ৰাজ্যিক লোক সংস্থা সংস্কাৰ প্ৰকল্পটোৰ জনসাধাৰনৰ আৰ্থিক পৰিচালন ব্যবস্থাৰ অগ্ৰসৰৰ বাবে আৰু পৰৱৰ্ত্তী পৰিকল্পনা আয়োগৰ দৃশ্যপটত বিকাশ, উন্নয়ন সংস্থাপন সহ সমালোচনাত্মক খণ্ডবোৰত বিনিয়োগক কেন্দ্ৰ কৰি গঢ়ি তোলা বাহ্যিকভাৱে সাহায্যপ্ৰাপ্ত প্ৰকল্প।

৪. এটি শূন্যতম মানৱ আন্তঃপৃষ্ঠ আৰু ৰাজহ সংগ্ৰহৰ প্ৰকৃত সময় পৰ্যবেক্ষণ সহ এক বৃহত্ আকাৰৰ তথ্য প্ৰযুক্তিক্ষম তন্ত্ৰ।