মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ বিত্ত বিভাগ

অটল পেঞ্চন যোজনা

  • অটল পেঞ্চন যোজনাই, অৰিহণা আৰু ইয়াৰ ম্যাদৰ ওপৰত নিৰ্ভৰশীল এক সংজ্ঞাবদ্ধ পেঞ্চন যোগান ধৰে। অটল পেঞ্চন যোজনাই, পেঞ্চন ন্যাস নিয়ন্ত্ৰণকাৰী আৰু উন্নয়ন কৰ্তৃপক্ষৰ দ্বাৰা শাসিত ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থাত যোগদান কৰা অসংগঠিত ক্ষেত্ৰত সমস্ত নাগৰিকৰ ওপৰত দৃষ্টি নিবদ্ধ ৰাখিব। এই যোজনাৰ অধীনত, গ্ৰহকে অটল পেঞ্চন যোজনাত যোগদান কৰা বয়সৰ ভিত্তিত ৬০ বছৰ বয়সত, তেওঁলোকৰ অৰিহণাৰ ওপৰত নিৰ্ভৰ কৰি, প্ৰতি মাহে ১০০০ টকা, ২০০০ টকা, ৩০০০ টকা, ৪০০০ টকা বা ৫০০০ টকাৰ নিৰ্দিষ্ট নূন্যতম পেঞ্চন লাভ কৰিব। অটল পেঞ্চন যোজনাত যোগদান কৰা সৰ্বনিম্ন বয়স হৈছে ১৮ আৰু অধিকতম বয়স হৈছে ৪০। গতিকে, যোজনাৰ অধীনত যিকোনো গ্ৰাহকৰ মাধ্যমত অৱদানৰ নূন্যতম ম্যাদ ২০ বা ততোধিক বয়সৰ হ’ব লাগিব। নিৰ্দিষ্ট নূন্যতম পেঞ্চনৰ লাভালাভ চৰকাৰৰ দ্বাৰা প্ৰত্যাভূতি দিয়া হ’ব।

     

    Downloads
    অটল পেঞ্চন যোজনা
    TitleSizeDetail
    apy_brochure.pdf111.19 KBswf-image
    apy_scheme_details_0.pdf61.34 KBswf-image
    notification.pdf1.93 MBswf-image
    brief_on_atal_pension_yojana_0.pdf34.14 KBswf-image
    apy_form_revised.pdf95 KBswf-image